Gemini AI Video Guide

How to Generate Free AI Video with Gemini on YouTube
(YouTube ত Gemini ব্যৱহাৰ কৰি কেনেকৈ ফ্ৰী AI ভিডিঅ' তৈয়াৰ কৰিব)

You can now generate free AI videos using Gemini AI on YouTube. YouTube recently introduced a new AI video generator for creating YouTube Shorts videos. With this feature, users can generate up to 4 AI videos per day.

এতিয়া আপুনি YouTube ত Gemini AI ব্যৱহাৰ কৰি ফ্ৰী AI ভিডিঅ' তৈয়াৰ কৰিব পাৰে। YouTube এ শেহতীয়াকৈ YouTube Shorts ৰ বাবে এটা নতুন AI ভিডিঅ' জেনেৰেটৰ যোগ কৰিছে। এই সুবিধাৰে ব্যৱহাৰকাৰীয়ে দিনটোত সৰ্বাধিক ৪টা AI ভিডিঅ' তৈয়াৰ কৰিব পাৰে।

Steps to Generate AI Video (AI ভিডিঅ' তৈয়াৰ কৰাৰ ধাপসমূহ)

Example Prompt

"Generate cinematic stable video, do not move camera. She should explain in Assamese: 'Nowadays flying is very easy. This is my homemade wooden helicopter. No petrol, no diesel, only courage needed to fly.'"

Wait while Gemini generates your video. After the generation is complete, you can either download the video or upload it directly to YouTube.

ভিডিঅ' তৈয়াৰ হ'বলৈ অলপ সময় অপেক্ষা কৰক। ভিডিঅ' সম্পূৰ্ণ হোৱাৰ পিছত আপুনি সেইটো ডাউনলোড কৰিব পাৰে বা YouTube ত পোনে পোনে আপলোড কৰিব পাৰে।

Final Tip

Write clear prompts and describe the scene properly. A good prompt helps Gemini generate more realistic and interesting videos.

সদায় স্পষ্ট prompt লিখক আৰু দৃশ্যখন ভালদৰে বৰ্ণনা কৰক। এটা ভাল prompt এ Gemini ক অধিক বাস্তৱিক আৰু মজাৰ ভিডিঅ' তৈয়াৰ কৰাত সহায় কৰে।

Tutorial Video

Watch the tutorial video above to learn how to generate AI videos with Gemini on YouTube.

Gemini ব্যৱহাৰ কৰি AI ভিডিঅ' কেনেকৈ তৈয়াৰ কৰিব তাৰ বাবে তলৰ tutorial video টো চাওক।